মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়

বিজ্ঞান নগৰী
  • এই আঁচনিখন, ৯০:১০ আদৰ্শেৰে ২০১২-১৩ চনৰ পৰা অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু ভাৰত চৰকাৰৰ প্ৰযুক্তিবিদ্যা বিভাগ আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বিত্তীয় সাহায্যৰে ৰূপায়িত হৈ আছে।
  • • প্ৰকল্পটোৰ মুখ্য লক্ষ্য হল ধাতু সংক্ৰান্তীয় বীথিকা, ভালেসংখ্যক পৰস্পৰ ক্ৰিয়াশীল নমুনা আৰু বৈজ্ঞানিক উদ্যানৰ সৈতে শেহতীয়া যোগাযোগৰ আহিলা আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে জনপ্ৰিয়কৰণ আৰু সক্ষমতা নিৰ্মাণ।
  • ২০১৪ চনত কামৰূপ (মহানগৰ)ৰ উপায়ুক্তৰ পৰা কামৰুপ(ম) জিলাৰ সোণাপুৰৰ নাজিৰাখাটৰ ওচৰত ২৫০ বিঘা মাটি গ্ৰহণ কৰা হৈছে আৰু সমস্ত মাটি টুকুৰা আমাৰ অধিকাৰভুক্ত। কলকাতাৰ, ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয়ৰ ৰাষ্ট্ৰীয় পৰিষদৰ প্ৰায়োগিক সহযোগিতাৰে গুৱাহাটীৰ বিজ্ঞান আৰু নগৰ নিৰ্মাণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। বিজ্ঞান নগৰ নিৰ্মাণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। বিজ্ঞান নগৰৰ স্থাপত্যৰ নক্সা ইতিমধ্যে চূড়ান্তকৰণ কৰা হৈছে আৰু ভৱন নিৰ্মাণ কাৰ্য অতি সোনকালেই আৰম্ভ কৰা হব। জনস্বাস্থ্য কাৰিকৰী বিভাগে এটা গভীৰ নলী নাদ স্থাপন কৰিছে আৰু আনুষঙ্গিক গোটসমূহৰ নিৰ্মাণকাৰ্য অতি সোনকালে আৰম্ভ হব।
  • ১.৮৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চৌহদৰ বেৰ (প্ৰথম পৰ্যায়) নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে আৰু তাৰ ভিতৰত ৪০০ মিটাৰ ইতিমধ্যে গড়কাপ্তানি বিভাগ (ভ)ৰ দ্বাৰা নিৰ্মিত হৈছে।