মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়

আমাৰ ইতিহাস

  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়ে, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত স্থাপিত উপ-সংস্থাসমূহক সহযোগিতা কৰে, আঁচনিসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰে আৰু বাজেটৰ ব্যৱস্থা কৰে। আহবণ আৰু বিতৰণ বিষয়া হিচাপে সঞ্চালকে সংশ্লিষ্ট উপ-সংস্থাটোলৈ আবণ্টিত বাজেট মুকলি কৰি দিয়ে।