মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়

পৰিবেশগত সজাগতা
  • সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত প্ৰতি বচৰৰ ৫ জুন তাৰিখে বিশ্ব পৰিবেশ দিৱস অনুষ্ঠিত কৰা হয়। এই বৰ্ষত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সহযোগিতাত কলিয়াবৰ মহাবিদ্যালয়ত এই দিৱসটি অনুষ্ঠিত কৰা হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মাননীয় মন্ত্ৰী মহোদয়ে দিৱসটি উদ্বোধন কৰিছিল।
  • ইয়াৰ উপৰিও জলবায়ু কোষ স্থাপন, পৰিবেশগত শিক্ষা আৰু সজাগতামূলক অনুষ্ঠানসমূহ হল অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ জৰিয়তে পৰিচালিত হোৱা কিছুমান মুখ্য কাৰ্য।