মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়

বিভিন্ন আঁচনিসমূহ

বিভিন্ন উপ-সংস্থাসমূহৰ বাবে তলত দিয়া বৈজ্ঞানিক আঁচনিসমূহ অনুমোদিত হৈছে।

  • শক্তিৰ অগতানুগতিক উৎসসমূহ – জৈৱ শক্তি 
  • অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ : অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ অধীনত থকা বিভিন্ন আঁচনিসমূহ হল- যন্ত্ৰানুষঙ্গিক মেৰামতি আৰু উন্নয়ন কেন্দ্ৰ ছাত্ৰ বিজ্ঞান প্ৰকল্প, প্ৰশিক্ষণেৰে সৈতে কৌশল গঠনৰ বাবে প্ৰশিক্ষণ অনুষ্ঠান, দূৰস্থ চেতনা কোষ স্থাপন, ৰেডিঅ জ্যোৰ্তিবিজ্ঞান কেন্দ্ৰ, বিজ্ঞানৰ জনপ্ৰিয়কৰণ, ভূৱন ৰাজ্যিক কেন্দ্ৰ, জলবায়ু কোষ, বিদ্যালয় কুঠী বৈচিত্ৰ্যতা কেন্দ্ৰ, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় ছাত্ৰ বিজ্ঞান সমাৰোহ, উদ্ভাৱন, প্ৰযুক্তিবদ্যা সৃষ্টি আৰু সজাগতা, যোৰহাট বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহ, মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন, মইনা পাৰিজাত, গ্ৰামীণ বিদ্যালয়সমূহত মহাবিদ্যালয়সমূহৰ দ্বাৰা বিজ্ঞান বিস্তৃতি অনুষ্ঠান, প্ৰাগজ্যোতি অপেছাদাৰী জ্যোতিৰ্বিজ্ঞান সংস্থা, ৰাজ্যিক বিজ্ঞান মেলা, বিদ্যালয়সমূহত বিজ্ঞান আৰু গণিতৰ ব্যৱস্থাপক, বৈজ্ঞানিক আলোচনাচক্ৰ/কৰ্মসালা, ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ অনুজ্ঞাপত্ৰৰ উন্নীতকৰণ, ৱেবছাইট উন্নীতকৰণ, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, কৃতিস্বত্ব তথ্য কেন্দ্ৰ, বিজ্ঞান নগৰ, গৱেষণা আৰু উন্নয়ন।
  • গুৱাহাটী তাৰকাগৃহ :এই আঁচনিৰ অধীনত যন্ত্ৰপাতি আৰু সা-সঁজুলি ক্ৰয় তথা অন্যান্য ব্যয়ৰ বাবে
  • অসম বিজ্ঞান সমিতিলৈ উদ্যান
  • গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান- উষ্মায়ন কেন্দ্ৰ নিৰ্মাণ
  • বিজ্ঞান ভৱনৰ ভৱন নিৰ্মাণ
  • প্ৰত্যেকখন গাঁৱলৈ ব্ৰডবেণ্ড সংযোগ
  • গুহাহাটী তাৰকাগৃহ (যন্ত্ৰপাতি আৰু সা-সঁজুলি তথা অন্যান্য)
  • ৬খন ঠাইত নতুন তাৰকাগৃহ
  • জিলা বিজ্ঞান কেন্দ্ৰ
  • বিজ্ঞান নগৰ
  • নলবাৰী, লখিমপুৰ, কোকৰাঝাৰ আৰু অন্যান্য ঠাইসমূহত তাৰকাগৃহ স্থাপনৰ কাম নিৰ্মাণাধীন হৈ আছে।
                                
বিভিন্ন আঁচনিসমূহ